audio
audioduration (s)
1.01
28.6
text
stringlengths
4
386
text_description
stringclasses
1 value
বহুত চিন্তা চিন্তাত পৰিছিলোঁ মই তাৰপিছত মই তেনেকৈ গৈ গৈ গৈ মোৰ তাতে এজন লগৰ এটা লগ পালোঁ
This is a sentence in Assamese.
লগৰ এটা লগ পোৱাৰ পিছত তেনেকৈ গৈ পাছিঘাট এক পাক ঘূৰি পাছিঘাট পাল্ পোৱাৰ আগে আগে এখন নগা গাঁও আছিলে হেংগিং ব্ৰিজৰ কিনাৰে তলেদি গৈ মেলি সিহঁতৰ মানে বস্তিটো পায় ওপৰৰ পাহাৰৰ ওপৰৰ পৰা দেখি থাকি বস্তিটো
This is a sentence in Assamese.
বহুত ধুনীয়া আছিলে বস্তিটো আৰু তাতে আমাক সেইদিনাখন ঘূৰি আহোঁতে দলং চলং পাই ফটো চটো মাৰোঁতে মানে গোটেই সময়টো তাত লাগি গৈছিলে আৰু বহুতকেইখন দলং আছিলে বহুত ধুনীয়া ধুনীয়া পৰিৱেশটো বহুত ধুনীয়া আছিলে
This is a sentence in Assamese.
তেতিয়া তাত আমি সেই লগৰটো মানে কি মই আগতে লগ পোৱা তাক গুৱাহাটীত লগ পোৱা সি তাতে কোচিং এটাৰ কাৰণে গৈছিলে এতিয়া কিন্তু ঘৰলে ঘূৰি সি তাতেই চব্জি খেতি কৰি আছে তাপা তাক লগ পালোঁ আৰু তেতিয়া তাক লগ পাই সিহঁতৰ বস্তিতে এদিন থাকি গ লোঁ
This is a sentence in Assamese.
বহুত ভাল লাগিলে সেইদিনাখন ৰাতি মানে সিহঁতৰ ট্ৰেডিশ্যনেল খানা উলিয়াইছে
This is a sentence in Assamese.
সেইটো পইচাই মই তেতিয়া নেক্সট ডে আহোঁতে বাইকত তেল ভৰাব মানে কাৰণে বাচি গৈছিলে
This is a sentence in Assamese.
তাপা তাত ৰাতি মানে বহুত ধুনীয়া লাগিছিলে সিহঁতৰ ট্ৰেডিশ্যনেল খানা উলিয়াইছিলে তাৰ পৰা তাত তা সিহঁতৰ বৰ্তাকৰ পুতেক এটা মানে সিহঁতৰ মানে
This is a sentence in Assamese.
মানে ঘৰৰ ওচৰৰে আৰু গিটাৰ চিটাৰ লৈ একদম বিৰাট ধুনীয়া এটা প্ৰগ্ৰেম টাইপত একদম চালিয়া এটা পৰিৱেশ হৈছিলে বহুত ভাল লাগিলে এইটো ভ্ৰমণ কৰি তাপা নেক্সট ডে আহিলোঁ নেক্সট ডে আহি পাছিঘাটত আহি আহি ডাঙৰ ডাঙৰ শিল চিলবিলাকত ফটো চটো মাৰি আৰু
This is a sentence in Assamese.
তাতে এখন ধাবাত খাই বৈ ধুনীয়া ভাই বাইকত তেল ভৰাই
This is a sentence in Assamese.
শিৱসাগৰ পাইছোহি শিৱসাগৰ পাই আহোঁতে আকৌ এটা প্ৰবলেম হৈ গৈছিলে মাজতে
This is a sentence in Assamese.
বগীবিল দলঙৰ ওচৰত মানে বাইকখন পামচাৰ হৈ গৈছিলে
This is a sentence in Assamese.
তেতিয়া তাত কোনো নাছিলে আকৌ এখন গাড়ী মানে
This is a sentence in Assamese.
মাতি আনি গাড়ীত তোলাই বাইকখন বহুত মানে চাৰে চাৰি কিলোমিটাৰ পাঁচ কিলোমিটাৰমান নিবলগীয়া হৈছিলে
This is a sentence in Assamese.
সেইটোৱে আছিলে মোৰ ধুনীয়াকৈ বাজেট ফ্ৰেণ্ডলি বাজেটৰ ভ্ৰমণ
This is a sentence in Assamese.
হেল্ল অ
This is a sentence in Assamese.
এ আপোনালোকৰ কিবা ডেলিভাৰী দিবলৈ আহিছিলে যে মানুহজনৰ নামটো কি আছিলে পাহৰি গ লো হয় হয়
This is a sentence in Assamese.
এইজনৰ ব্যৱহাৰ পাতি ইমান বেয়া যে এনকুৱাকৈ ৰাফলি কথা পাতি বস্তু ডেলিভাৰী দিয়ে নেকি এনেকৈ মানুহক আপোনালোকে যদি কোম্পানী ৰাখে কি হ ব
This is a sentence in Assamese.
নেজানো সেইটো কথা মই ভালকৈ কথা পাতিছিলো কিন্তু এইজনৰ ব্যৱহাৰ ইমানেই বিজি ইমানেই সময় নাই ইমান ৰাফলিকে কথা পাতিছে মই নেক্সট টাইম আপোনাৰ তাৰপৰা আৰু একো বস্তু অৰ্ডাৰ নিদো যেন এনেকুৱাই মনৰ ভাৱ হৈছে
This is a sentence in Assamese.
বহুতেই বেয়াকৈ কৈছে আপুনি সুধি ল ব এওঁক
This is a sentence in Assamese.
মোৰ ওচৰত ৰেকৰ্ডিঙো আছে লাগিলে মই আপোনাক শুনাই দিব পাৰিম
This is a sentence in Assamese.
ঠিক আছে একো নাই মই অকল আপোনাক জনাব লাগে কথাটো মই সেইটো কাৰণে জনাই দিছো নেক্সট টাইম এনেকৈ মানুহ মোৰ ইয়াত ডেলিভাৰী কৰিবলৈ নপঠিয়াব ঠিক আছে ধন্যবাদ
This is a sentence in Assamese.
প্ৰাচীন অসমৰ বা বা প্ৰাচীন ভাৰতৰ বিক বিখ্যাত ৰজা বুলি ক বলৈ গ লে আমি দুজন বা এজনক নাম ল লে নহ ব
This is a sentence in Assamese.
কাৰণ প্ৰতিটো সময়তে বা প্ৰতিটো বংশৰে দুই এজন এনেকুৱা ৰজা আছে যিয়ে ভাৰতৰ ৰাজনৈতিকত বা ইতিহাসত মানে
This is a sentence in Assamese.
সোণালী আখৰে নিজৰ নাম লিখি থৈ গৈছে যিখিনিয়ে আমাক বৰ্তমানো কিছুমানত সহায় কৰে বা আমি তেখেতলোকৰ ইতিহাস পঢ়িলে মানে পঢ়িবলৈ পাওঁ ত তথাপি কেইজনমানৰ ভিতৰত যেনেকৈ ক ব হ লে মহাৰাজ ছত্ৰপতি শিৱাজী তাৰ পিছত মহাৰাজ পৃথ্ৱীৰাজ চৌহান বা মহামতি অশোক তাৰ পিছত চন্দ্ৰগুপ্ত বিম্বিসাৰ
This is a sentence in Assamese.
বা স্বৰ্গদেউ গদাধৰ সিংহ স্বৰ্গদেউ ৰুদ্ৰসিংহ তেনেকৈ বহুতৰ নাম ল ব পাৰি তথাপি
This is a sentence in Assamese.
আমি পঢ়িছোঁ সৰুতে প্ৰায় মহামন্ত্ৰী অশোকৰ বিষয়ে পঢ়িছোঁ স্বৰ্গদেউ চাওলুং চুকাফাৰ বিষয়ে তেখেতৰ বিষয়ে আমি পঢ়িব পাৰিছোঁ ত মহামতি অশোক আছিলে কি মৌৰ্য্য় বংশৰ তৃতীয়জন ৰজা ত তেখেতৰ
This is a sentence in Assamese.
ত মহামতি অশোকে যেতিয়া নিজৰ ৰাজ্য়ভাৰ নিজৰ কান্ধত তুলি লৈছিলে তাৰ পিছত তেখেতে মানে ওচৰ পাজৰৰ ৰাজ্য়বিলাকত যুদ্ধ কৰি নিজৰ অধীনত আনিছিলে ত তেখেত এজন যুঁজাৰু ব্য়ক্তি আছিলে
This is a sentence in Assamese.
ত তাৰ বাবে ওচৰৰ ৰাজ্য়বিলাক যেনেকৈ আফগানিস্তান বা বেলুচিস্তান সেইবিলাকত যুদ্ধ কৰি মানে তেখেতে নিজৰ অধীনত নিজৰ অধীত্ব স্থাপিত কৰিছিলে
This is a sentence in Assamese.
ত তেখেত যেনেকৈ যুঁজাৰু আছিলে তেনেকৈ কি কয় এইটো সাহিত্য়ক কি সাহিত্য়কো বুলি ক ব পাৰি সাহিত্য়িকো আছিলে ত
This is a sentence in Assamese.
ত কলিংগত যুদ্ধ কৰিব যাওঁতে তেখেতে তাত মানুহৰ মৃত্য়ু দেখি হয়তো চাগৈ ভাবুক হৈ গৈছিলে যাৰ বাবে তাৰ পিছত আৰু তেখেতে যুদ্ধ কৰা বন্ধ কৰি দিছিলে যুদ্ধ কৰা মানে কলিংগ যুদ্ধয়েই তেখেতে শেষ যুদ্ধ কৰি পিনে নিজৰ ৰাজ্য়ভাৰ সামৰিছিলে
This is a sentence in Assamese.
ত তেখেতে যেতিয়া ৰাজ এই মানে ৰাজ্য়ভাৰ নিজৰ হাতত তুল লৈ আছিলে ত তেতিয়া পাটলিপুত্ৰতে
This is a sentence in Assamese.
মানে ৰাজধানী পাতিছিলে আৰু দুঠাইত আছিলে ত তেখেতৰ জন্ম মৃত্য়ু সেই পাটলিপুত্ৰতে হৈছিলে
This is a sentence in Assamese.
তাৰ পিছত তেখেতৰ দিনতে লিখা মুণ্ডক উপনিষদ নামৰ এখন উপনিষদ আছিলে যাত য ত মানে অশোক স্তম্ভ বুলি এটা আছে যিটো আমাৰ বৰ্তমান মুদ্ৰাত আছে বা আমাৰ ভাৰতৰ বি ভাৰতৰ স্তৰ বিভিন্ন স্থানত মানে অশোক স্তম্ভ ব্য়ৱহাৰ কৰা হৈছে যিটো আমাৰ এটা প্ৰতীক হয়
This is a sentence in Assamese.
ত সেই প্ৰতীকটো অশোকৰ যিখন মুণ্ডক উপনিষদ আছিলে তেখেতৰ ৰাজত্ব কালৰ যিখন কিতাপ ত তাৰ পৰাই তুলি লোৱা হৈছিলে
This is a sentence in Assamese.
ত দেখিবলৈ গ লে মানে তেখেতৰ ৰাজত্ব কালটো কেতিয়াবাই সামৰণি পৰিলে কিন্তু তথাপিও তেখেতে বস্তু বা তেখেতৰ
This is a sentence in Assamese.
সাহিত্য় এতিয়াও আমাৰ মানে প্ৰচলন হৈ আছে ক ব পাৰি প্ৰচলনটো নহয় কি হয় এইটো প্ৰযোজ্য় হৈ আছে যিটো আমাৰ কামে কামে কামত ব্য়ৱহাৰ কৰি আছো
This is a sentence in Assamese.
তাৰ পিছতে আহিলে আমাৰ আহোমৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চাওলুং চুকাফা তেখেতৰ বিষয়েতো আমি সকলোৱে জানোয়েই কাৰণ তেখেতে
This is a sentence in Assamese.
আহি পিনে অসমত আহোম বংশ প্ৰতিষ্ঠাপক কৰিছিলে আৰু
This is a sentence in Assamese.
তেখেত হৈছিলে মুংমাও নামৰ এখন দেশৰ ৰাজকোঁৱৰ আছিলে ত তেখেতে নিজৰ ফৈদৰ তাৰ পৰা ওলাই আহি পৰ দিহিং পাটকাই পৰ্বত পাৰ হৈ পিনে অসমত প্ৰৱেশ কৰি পিনে অসমত ৰাজ্য় প্ৰতিষ্ঠাপক কৰি প প্ৰতিষ্ঠাপক কৰি পিছলৈ সেইখন সেই সেইটো ফৈদৰে বা সেইটো বংশয়েই আমি ছশবছৰ ৰাজত্ব কৰিলোঁ প্ৰায় অসমত
This is a sentence in Assamese.
ত তেখেতে যেতিয়া দিহিং পাটকাই পৰ্বত পাৰ হৈ আহিছিলে আহি পিনে পোন পোন প্ৰথমবাৰৰ বাবে তিপামত ৰাজধানী পাতিছিলে আৰু তাৰ পিছত হাবুঙত তাৰ পিছত তেনেকৈ চৰাইদেউত স্থান সলনি কৰিছিলে বাৰু
This is a sentence in Assamese.
ব্ৰহ্মপুত্ৰৰ ইটো পাৰে বৰ্তমান ত তাত হাবুং নামৰ জেগাত ৰাজধানী পাতিছিলে তাৰ পিছত চৰাইদেউত পাতিছিলে ত তেখেতৰ কৰ্মৰাজিৰ বা সাহিত্য় বা যুদ্ধ বা ৰাজনীতি বা কূটনীতি
This is a sentence in Assamese.
আগত মানে আন সমসাময়িক ৰজা বা কাৰোবাক থিয় কৰাতো ইমান সহজ নহ ব কাৰণ তেখেতে অসমৰ যোনবিলাক থলুৱা মানুহ আছিলে পুৰণা এনেকৈ কছাৰী চুতীয়া মটক সেইবিলাকক
This is a sentence in Assamese.
সকলোকে একেলগ কৰি পিনে নিজৰ আহোম বংশৰ মানে ভেটি সবল কৰি তুলিছিলে
This is a sentence in Assamese.
ত তেখেত যদি নাহিলেহেঁতেন হয়তো তেতিয়া হয়তো আমি অসমখনত মানে সকলো ফৈদৰ মানুহ একেলগতে থাকিবলৈ হয়তো দেখিবলৈ পোৱাতো কমটি হ ল হেতেন কাৰণ তেতিয়া ইজনে সিজনৰ ৰাজ্য় আক্ৰমণ কৰি পিনে কোন মানে বাচি থাকিলহেঁতেন ক ব নোৱাৰিছিলে নোৱাৰিলেহেতেন
This is a sentence in Assamese.
ত তেখেতৰে ৰাজত্ব কৰিছিলে বাৰশ আঠাইছৰ পৰা প্ৰায় বাৰশ আঠষষ্ঠী চনলৈকে চন মানে খ্ৰীষ্টাব্দলৈকে আৰু
This is a sentence in Assamese.
কি কয় এইয়ে হ ব
This is a sentence in Assamese.
ভাৰত পাকিস্তান বাংলাদেশ জাপান আমেৰিকা
This is a sentence in Assamese.
ভাৰত এখন পৃথক দেশ ইয়াৰ জলবায়ু পৃথক পৃথক ইটোৰ সিটোৰ অঞ্চলৰ মাজত ইমান বিশাল দেশ হোৱাৰ বাবে ইয়াৰ কোনো কোনো অঞ্চলত যথেষ্ট পৰিমাণৰ বৰষুণ হয় আৰু কোনো অঞ্চলত বৰষুণৰ পৰিমাণ নিচেই কম
This is a sentence in Assamese.
ইয়াৰে থৰ মৰুভুমি অঞ্চলত বৰষুণৰ পৰিমাণ নিচেই কম সেয়ে জেগাডোখৰ বালিময়
This is a sentence in Assamese.
তত পানীৰ পৰিমাণ কম সেইবাবে তাত গছ গছনিৰ পৰিমাণো কম আৰু গছ গছনিৰ পৰিমাণ কম হোৱাৰ বাবে তাত বৰষুণৰ পৰিমাণো যথেষ্ট কম মেঘালয়ৰ চেৰাপুঞ্জীত
This is a sentence in Assamese.
বৰষুণৰ পৰিমাণ যথেষ্ট বেছি কাৰণ তাত গছ গছনিৰ পৰিমাণো বেছি আৰু সেই অঞ্চলত
This is a sentence in Assamese.
আৰু সেই অঞ্চলত যথেষ্ট পৰিমাণ বৰষুণ হয় দিল্লীত প্ৰদূষণৰ বাবে দিল্লীত প্ৰদূষণৰ বাবে যথেষ্ট মানে গৰমতো বেছি গৰম হয় আৰু ঠাণ্ডাতো বেছি ঠাণ্ডা হয়
This is a sentence in Assamese.
কাৰণ তাত গছ গছনিৰ পৰিমাণ নাই আৰু তাত বহু ধৰণৰ প্ৰদূষণো হয় গাড়ী মটৰৰ পৰা ওলোৱা লেতেৰা ধোঁৱা
This is a sentence in Assamese.
তাত কল কাৰাখানা আদিৰ পৰা ওলোৱা লেতেৰা যিখিনি ধোঁৱা জাবৰ জোঁথৰ য তে ত তে থাকে তেনেদৰে বহুত ধৰণৰ প্ৰদূষণো সৃষ্টি হৈছে অৰুণাচলততো যথেষ্ট
This is a sentence in Assamese.
পৰিমাণৰ বৰষুণ হয় তাত মেক্সিমাম সময় বৰফেৰে আৱৰি ৰখা
This is a sentence in Assamese.
তাত কাৰণ মেঘালয় হ ল হিমালয় ওচৰৰ দাঁতিকাষৰীয়া অঞ্চল সেইবাবে তাত তাত সেইবাবে বৰষুণৰ পৰিমাণো বেছি তাত ঠাণ্ডাও বেছি
This is a sentence in Assamese.
অসম এখন নদীপ্ৰধান নদীপ্ৰধান দেশ নাতিশীতোষ্ণ অঞ্চল তাত গছ গছনিৰ পৰিমাণ বেছি সেইবাবে এই অঞ্চলত গৰম আৰু ঠাণ্ডাৰ পৰিমাণ প্ৰায়
This is a sentence in Assamese.
প্ৰায় সমান এই গৰমতো বেছি গৰম নহয় আৰু ঠাণ্ডাতো বেছি ঠাণ্ডা নহয়
This is a sentence in Assamese.
হেল্ল দাদা মই এটা উবাৰ বুকিং কৰিছিলো কিন্তু মোৰ ঘৰত বিশেষ অসুবিধা হোৱাৰ বাবে মই
This is a sentence in Assamese.
অৰ্ডাৰটো উবাৰটো কেঞ্চেল কৰিবলগীয়া হ ল যদি বেয়া নাপাই হ লে মই উবাৰ অৰ্ডাৰ কৰিছিলো সেইটো
This is a sentence in Assamese.
পে মেণ্ট কৰা হৈছিলে সেই পে মেণ্টটো মই কেনেদৰে
This is a sentence in Assamese.
ন মোবাইল একাউণ্টত মই ঘূৰাই পাম তাকে
This is a sentence in Assamese.
আমাৰ গাঁৱৰ মানুহখিনি চহৰমুখী হোৱাৰ এটাই কাৰণ আছে যে আমাৰ গাঁৱত যিখিনি সুবিধা আমি নাপাওঁ সেইখিনি সুবিধা চহৰত পোৱা যায় তাৰ উপৰিও চহৰটো হৈছে আপোনাৰ
This is a sentence in Assamese.
মানে তাত আমি হয়তো নিজৰ খৰচাটো ওলাব পাৰোঁ বা পঢ়াটো আমি তাত নিজাকৈ ভালকৈ কৰিব পাৰোঁ
This is a sentence in Assamese.
বা সাতটাৰ পৰা যদি দহটা বজালৈকে যদি আমি ক্লাছ কৰোঁ
This is a sentence in Assamese.
সেইটো আমাৰ দুইটা কামেই হয় হয়তো পঢ়াটো হ ব আমাৰ পঢ়াৰ খৰচটো আমি ওলাব পাৰিম কিন্তু আমি যদি গাঁৱত বাস কৰি থাকোঁ গাঁৱত বাস কৰিলে আমাৰ মানে যিটো আমাৰ ৰাতি ক্লাছ হয়
This is a sentence in Assamese.
ৰাতিৰ ক্লাছ হোৱা আমাৰ ওচৰত ক তোৱে নাই কিন্তু আমি গুৱাহাটীত সেইটো সুবিধা পাওঁ পঢ়াটো হয় তাৰো উপৰি আপোনাৰ ইনকামৰ পথটো আমি তেতিয়া নিজে বাচি ল ব পাৰোঁ নিজৰ খৰচাটো নিজে ওলাই ল ব পাৰোঁ
This is a sentence in Assamese.
আৰু এটা হৈছে কি তাত কোনো মানুহ বহি নাথাকে আমি গাঁৱত থাকিলে কি হয়
This is a sentence in Assamese.
আমি যদি পঢ়াটোও তেতিয়া সমানে আগবঢ়াই নিওঁ ৰুমত ৰেন ৰেণ্টটো দিব লাগিলে ৰুমৰ ৰেণ্ট দিয়াৰ আগত আমি ভাবিব লাগিব যে আমিতো পঢ়িম ইয়াতে কিন্তু ৰেণ্টটোও দিব লাগিব ঘৰৰ পৰা নিনিয়াকৈ যদি আমি পঢ়িব বিচাৰোঁ তেতিয়াহ লেতো আমি কাম কৰিম যে ৰাতিৰ ক্লাছখিনি কৰিম দিনত আমি
This is a sentence in Assamese.
কিবা এটা কাম কৰিম সেই হিচাপত আমি দিনৰ কামখিনি কৰিলোঁ সন্ধিয়া হোৱাৰ লগালগ তাত মানে এইটো সুবিধা হয় যে ৰাতি আমি ক্লাছ কৰিব পাৰোঁ
This is a sentence in Assamese.
হয়তো আমি ৰাতি এটা বজালৈকে পঢ়িলোঁ দহটাৰ পৰা সেইখিনি মাজৰ সময়খিনি শুলোঁ আৰু পিছদিনা আমাৰ কামত মানে আমি আৰু জইন কৰিলোঁ কিন্তু গাঁৱত থাকিলে সেইটো সুবিধা নহয় তাৰ উপৰিও তাত মানে এইটো হয় কি
This is a sentence in Assamese.
কিয়নো মানুহজনক গম পায় যে এইজন মানুহৰ লগত মানে মই হয়তো জীৱনটো কটাব পাৰিম বা এইজন মানুহ মোৰ কাৰণে উপযুক্ত সেই হিচাপত মানে বিবেচনা কৰিব পাৰি
This is a sentence in Assamese.
মানুহজনক বুজি নাপায় অকস্মাৎ মানে জীৱনসংগী বিচৰাটোও টান
This is a sentence in Assamese.
তাৰ উপৰি মই চহৰত মানে চবখিনি সুবিধা হয় কি মই যাৰ যিটো প্ৰতিভা সেইটো প্ৰতিভা প্ৰকাশ কৰাৰ কাৰণে সুবিধাটো থাকে আমাৰ গাঁৱত নাথাকে গাঁৱত
This is a sentence in Assamese.
থাকে কোনটো মানে যিটো আমাৰ মানে নহ লে নহয় সেইখিনি সুবিধাই থাকে কিন্তু বাহিৰত গোটেইখিনি সুবিধা আমি
This is a sentence in Assamese.
ল ব পাৰোঁ বা আয়ত্ব কৰিব পাৰোঁ বা নাজানিলেও বেলেগৰ পৰা সুধি হ লেও আমি এইখিনি ই কৰিব পাৰোঁ
This is a sentence in Assamese.
কিছুমান মানুহে কি কিবা কাম কৰিবলৈ চেষ্টা কৰে কামটো কৰিব নোৱাৰিলে কি কয় এ এইখন বেয়া এনেকৈ বুলি কৈ দিয়ে
This is a sentence in Assamese.
খৰি বোজাটো ভাঙিবলৈ দিলে তেতিয়া সেই লৰ কি কয় বোজাটো ভাঙি থাকিলে সেইকাৰণে কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয়
This is a sentence in Assamese.
তাৰপিছত কৈছে কি পচলাতে দাঁত ভাঙে কিছুমান কথা আমি সদাই জানো
This is a sentence in Assamese.
কিন্তু আমাৰ মানে কি হয় কেতিয়াবা সেইটোৰে সমস্যা হৈ যায় যে আমি সদাই জানো সদাই কি কৰি থাকো
This is a sentence in Assamese.
আৰু যত্ন কৰিলে ৰত্ন পায় আমি যিমান চেষ্টা কৰিম আমি যি যিকোনো কাম বা পঢ়া শুনা ক্ষেত্ৰতেই হওক বা যিকোনো হওক আমি যত্ন কৰিলেহে তাৰ ফলটো পাওঁ যেনেকৈ আমি যদি
This is a sentence in Assamese.
আমি যদি মানে ছিনচিয়ৰ্লি কামবিলাক কৰো তেতিয়া সেই কামটো হৈ উঠিবই সেইকাৰণে কয় যে যত্ন কৰিলেহে ৰত্ন পায়
This is a sentence in Assamese.
ভাস্কৰ গগৈ কেশৱ গগৈ
This is a sentence in Assamese.
ৰাজু গোৱালা
This is a sentence in Assamese.
বিষ্ণু গোৱালা দুৰ্গা গোৱালা
This is a sentence in Assamese.
বিশ্বনাথ মৰিগাঁও শোণিতপুৰ লখিমপুৰ ধেমাজি
This is a sentence in Assamese.
বিদ্য়ালয়সমূহত আজিকালি আজিকালি বহুত আজিকালি বহুত খেল খেলৰ প্ৰতিযোগিতা চলে পঢ়া শুনাৰ পঢ়া শুনাৰ লগতে আজিকালি
This is a sentence in Assamese.
কলা সং কলা সংস্কৃতিৰ প্ৰতিও বহুত বেছি আজিকালি বিদ্যালয়সমূহে বা আপোনাৰ অসম গভমেণ্টে হওক ভাৰত গভমেণ্টে হওক বহুত বেছি আঁচনি আহিছে
This is a sentence in Assamese.
খেল আপোনাৰ খেল খেলৰ খেলৰ বিভাগেই হওক হয়তো আপোনাৰ
This is a sentence in Assamese.
এই কলা সংস্কৃতিৰ ওপৰতে হওক বহুত বেছি ধ্যান বহুত বেছি আজিকালি ধ্যান দিয়া হৈছে গভাৰ্মেণ্টে
This is a sentence in Assamese.
যাৰ সেই সেই পইচাৰে যাতে খেলৰ বস্তু আহক আৰু খেলৰ বস্তুৰে ল ৰা ছোৱালীক পঢ়া শুনাৰ লগতে শাৰীৰিক মনোবল সুস্থ হৈ থাকে আৰু লগতে বহুতখিনি বহুতখিনি বহুত লেবেলৰ বহুত বিভাগৰ
This is a sentence in Assamese.
বাস্কেটবল খেলি পেলাই আমাৰ কলেজৰ ফালৰ ফাৰ্ষ্টতে যোনটো ফাৰ্ষ্টতে ক্লাষ্টাৰ লেভেল হয় ক্লাষ্টাৰ লেভেল ক্লাষ্টাৰ লেভেল চবতে চব ড্ৰিষ্ট্ৰিকৰ ভিতৰে ভিতৰে হয় তাৰ পাছত ৰিজনেল লেভেল হয় ৰিজনেলটো গোটেই এটা ৰিজনত ৱাইজ হয় নৰ্থ ইষ্ট ৰিজন জয়পুৰ ৰিজন তেনেকৈ আঠটা ৰিজন আছে আৰু
This is a sentence in Assamese.
শাৰীৰিক সুস্থ সবল কৰি ৰাখিব পাৰোঁ খেলৰ অবিহনে আমাৰ ক ব গ লে জীৱনটো বৰ বেছি কঠিন হয়
This is a sentence in Assamese.
অসম মণিপুৰ নাগালেণ্ড মিজোৰাম ত্ৰিপুৰা অৰুণাচল প্ৰদেশ
This is a sentence in Assamese.
মোৰ স্কুল মোৰ ঘৰৰ পৰা তেতিয়া বহুত দূৰত আছিল মোৰ ঘৰ নলবাৰী জিলাত কিন্তু মোৰ স্কুলখন বৰপেটা জিলাৰ
This is a sentence in Assamese.
শেষৰফালে আছিল বহুত
This is a sentence in Assamese.
বাছেৰে স্কুললৈ অহা যোৱা কৰি আছোঁ
This is a sentence in Assamese.
মোৰ বহুত কষ্ট হৈ আছে
This is a sentence in Assamese.
লগে ভাগে ভাত খাই বৰ ভাল পাওঁ তাৰমানে একলা একলা ভাল খালে মই ভাতেই খাব নৰোঁ এই তাৰমানে আমাৰ গোটৰ মহিলাখিনি আছে
This is a sentence in Assamese.
দুই চাৰদিনৰ মূৰে মূৰে প্ৰায় তিনিমাহমানৰ মূৰে মূৰে আমি খানাই খাই থাকোঁ তাৰমানে লগে ভাগে খাই ভাল লাগে না সেইকাৰণে লগ হৈ সেই কৰোঁ
This is a sentence in Assamese.
README.md exists but content is empty. Use the Edit dataset card button to edit it.
Downloads last month
1,560
Edit dataset card